ছূৰা 39 · জুজ 24
Az-Zumar · 39:56
أَنْ تَقُولَ نَفْسٌ يَا حَسْرَتَا عَلَىٰ مَا فَرَّطْتُ فِي جَنْبِ اللَّهِ وَإِنْ كُنْتُ لَمِنَ السَّاخِرِينَ
পিছত যাতে কোনোৱেই কবলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলো! আৰু মই উপহাসকাৰী বিলাকৰ অন্তৰ্ভুক্ত আছিলো’।
তাফছীৰ
এইবোৰ কাম সুচাৰুৰূপে পালন কৰা। অন্যথা কিয়ামতৰ দিনা চৰম লজ্জিত হৈ ক’ব লাগিব যে, হায় আফচোচ! কুফৰী আৰু গুনাহৰ কামত লিপ্ত থাকি মই আল্লাহৰ অবাধ্যতা কৰিছিলোঁ, লগতে মুমিনসকলক তথা আনুগত্যকাৰীসকলক উপহাস কৰিছিলোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক