ছূৰা 39 · জুজ 23

Az-Zumar · 39:14

قُلِ اللَّهَ أَعْبُدُ مُخْلِصًا لَهُ دِينِي

কোৱা, ‘মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰো’।

তাফছীৰ

হে ৰাছুল! আপুনি কওক, নিশ্চয় মই নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰেই ইবাদত কৰোঁ, তেওঁৰ বাহিৰে আন কাৰো ইবাদত মই নকৰোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক