ছূৰা 39 · জুজ 23

Az-Zumar · 39:13

قُلْ إِنِّي أَخَافُ إِنْ عَصَيْتُ رَبِّي عَذَابَ يَوْمٍ عَظِيمٍ

কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্য হওঁ তেন্তে মই ভয় কৰো মহাদিৱসৰ শাস্তিৰ’।

তাফছীৰ

হে ৰাছুল! আপুনি কওক, মই কিয়ামত দিৱসৰ মহাশাস্তিক ভয় কৰোঁ, কাৰণ যদি মই আল্লাহৰ অবাধ্যতা কৰোঁ তথা তেওঁৰ আনুগত্য নকৰোঁ (তেন্তে সেই শাস্তিয়ে মোক গ্ৰাস কৰিব)।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক