Al-Mukhtasar
Ya-Sin · 36:13
وَاضْرِبْ لَهُمْ مَثَلًا أَصْحَابَ الْقَرْيَةِ إِذْ جَاءَهَا الْمُرْسَلُونَ
সিহঁতৰ ওচৰত বৰ্ণনা কৰা এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত; যেতিয়া সিহঁতৰ ওচৰত ৰাছুলসকল আহিছিল।
এই তাফছীৰ আৰবী ভাষাত। এই আয়াতটো আপোনাৰ ভাষাত পঢ়ক: Al-Mukhtasar
واجعل - أيها الرسول - لهؤلاء المكذبين المعاندين مثلًا يكون لهم عبرة، وهو قصة أهل القرية حين جاءتهم رسلهم.