ছূৰা 34 · জুজ 22

Saba · 34:49

قُلْ جَاءَ الْحَقُّ وَمَا يُبْدِئُ الْبَاطِلُ وَمَا يُعِيدُ

কোৱা, ‘সত্য আহিছে, এতেকে বাতিলে নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে’।

তাফছীৰ

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, সত্য অৰ্থাৎ ইছলাম আহি পৰিছে, সেয়ে বাতিলৰ সমাপ্তি অনিবাৰ্য; যাৰ কোনো প্ৰভাৱ তথা শক্তি নাই। আনকি প্ৰভাৱশালী হৈ কেতিয়াও উভতিবও নোৱাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক