ছূৰা 34 · জুজ 22

Saba · 34:20

وَلَقَدْ صَدَّقَ عَلَيْهِمْ إِبْلِيسُ ظَنَّهُ فَاتَّبَعُوهُ إِلَّا فَرِيقًا مِنَ الْمُؤْمِنِينَ

আৰু অৱশ্যে সিহঁতৰ সম্বন্ধে ইবলীছে তাৰ ধাৰণা সত্য প্ৰমাণ কৰিলে, ফলত সিহঁতৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে তাৰ অনুসৰণ কৰিলে;

তাফছীৰ

ইবলিছৰ যিটো ধাৰণা আছিল যে, সি সিহঁতক পথভ্ৰষ্ট কৰিব আৰু সিহঁতক সত্যৰ পৰা আঁতৰাই নিব পাৰিব, সেই ধাৰণাটো সি বাস্তৱত পৰিণত কৰিলে। ফলত সিহঁতে কুফৰী আৰু পথভ্ৰষ্টতাত ইবলিছৰ অনুসৰণ কৰিবলৈ ধৰিলে। কিন্তু মুমিনসকলৰ এটা দলে তাৰ এই আকাংক্ষাক বিফল কৰিছিল। কাৰণ তেওঁলোকে ইবলিছৰ অনুসৰণ কৰা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক