ছূৰা 33 · জুজ 21
Al-Ahzab · 33:8
لِيَسْأَلَ الصَّادِقِينَ عَنْ صِدْقِهِمْ ۚ وَأَعَدَّ لِلْكَافِرِينَ عَذَابًا أَلِيمًا
সত্যবাদীসকলক সিহঁতৰ সত্যবাদিতা সম্পৰ্কে সুধিবলৈ। আৰু তেওঁ কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
আল্লাহে নবীসকলৰ পৰা এই দৃঢ় অঙ্গীকাৰ লোৱাৰ কাৰণ হৈছে, যাতে তেওঁ কাফিৰসকলক অপমান কৰিবলৈ সত্যবাদী নবীসকলক তেওঁলোকৰ সত্যতা সম্পৰ্কে প্ৰশ্ন কৰিব পাৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলৰ বাবে আল্লাহে কিয়ামতৰ দিনা প্ৰস্তুত কৰি ৰাখিছে কষ্টদায়ক শাস্তি, অৰ্থাৎ জাহান্নামৰ অগ্নি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক