ছূৰা 33 · জুজ 22

Al-Ahzab · 33:61

مَلْعُونِينَ ۖ أَيْنَمَا ثُقِفُوا أُخِذُوا وَقُتِّلُوا تَقْتِيلًا

অভিশপ্ত হৈ; সিহঁতক য’তে পোৱা যাব ততেই ধৰা হ’ব আৰু নিৰ্দয়ভাৱে হত্যা কৰা হ’ব।

তাফছীৰ

সিহঁত আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত। গতিকে সিহঁতক যি ঠাইতে পোৱা যাব, তাতেই সিহঁতক গ্ৰেপ্তাৰ কৰা হ’ব, তথা সিহঁতৰ নিফাকৰ ফলত আৰু পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰাৰ অপৰাধত সিহঁতক মৃত্যুদণ্ড দিয়া হ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক