ছূৰা 33 · জুজ 22

Al-Ahzab · 33:46

وَدَاعِيًا إِلَى اللَّهِ بِإِذْنِهِ وَسِرَاجًا مُنِيرًا

আৰু আল্লাহৰ অনুমতিক্ৰমে তেওঁৰ ফালে আহ্বানকাৰী আৰু উজ্জ্বল প্ৰদীপৰূপে।

তাফছীৰ

তথা আমি আপোনাক প্ৰেৰণ কৰিছোঁ, আল্লাহৰ তাওহীদৰ প্ৰতি আহ্বান কৰিবলৈ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি নিমন্ত্ৰণ জনাবলৈ, যিটো আপুনি তেওঁৰ আদেশতেই কৰিব। তথা আমি আপোনাক আলোকোজ্জ্বল প্ৰদীপ হিচাপে প্ৰেৰণ কৰিছোঁ, যাৰ পৰা হিদায়ত বিচৰা প্ৰত্যেক ব্যক্তিয়েই পোহৰ সংগ্ৰহ কৰিব পাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক