ছূৰা 33 · জুজ 22

Al-Ahzab · 33:31

۞ وَمَنْ يَقْنُتْ مِنْكُنَّ لِلَّهِ وَرَسُولِهِ وَتَعْمَلْ صَالِحًا نُؤْتِهَا أَجْرَهَا مَرَّتَيْنِ وَأَعْتَدْنَا لَهَا رِزْقًا كَرِيمًا

আৰু তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আৰু নেক আমল কৰিব আমি তাক দুবাৰ প্ৰতিদান দিম আৰু আমি তাৰ বাবে প্ৰস্তুত ৰাখিছো সন্মানজনক জীৱিকা।

তাফছীৰ

তোমালোকৰ মাজৰ যিয়ে নিয়মিতভাৱে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, লগতে আল্লাহক সন্তুষ্টি কৰিব পৰা সৎকৰ্ম কৰিব, আমি তেওঁক আন আন নাৰীসকলৰ তুলনাত দ্বিগুণ ছোৱাব প্ৰদান কৰিম। আমি তেওঁৰ বাবে আখিৰাতত প্ৰস্তুত কৰি ৰাখিছোঁ মহাপ্ৰতিদান, অৰ্থাৎ জান্নাত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক