ছূৰা 31 · জুজ 21
Luqman · 31:4
الَّذِينَ يُقِيمُونَ الصَّلَاةَ وَيُؤْتُونَ الزَّكَاةَ وَهُمْ بِالْآخِرَةِ هُمْ يُوقِنُونَ
যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেওঁলোকেই আখিৰাতৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে;
তাফছীৰ
যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, নিজৰ ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰে, তথা তেওঁলোকেই আখিৰাতত হ’বলগীয়া পুনৰ্জীৱন, হিচাপ-নিকাচ আৰু ছোৱাব তথা শাস্তিৰ প্ৰতি বিশ্বাস পোষণ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক