ছূৰা 31 · জুজ 21

Luqman · 31:3

هُدًى وَرَحْمَةً لِلْمُحْسِنِينَ

সৎকৰ্মশীল সকলৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ,

তাফছীৰ

এই গ্ৰন্থখন সেইসকল লোকৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ, যিসকলে সৎকৰ্ম কৰে। অৰ্থাৎ আল্লাহ আৰু তেওঁৰ বান্দাসকলৰ প্ৰাপ্য অধিকাৰ আদায় কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক