ছূৰা 31 · জুজ 21

Luqman · 31:19

وَاقْصِدْ فِي مَشْيِكَ وَاغْضُضْ مِنْ صَوْتِكَ ۚ إِنَّ أَنْكَرَ الْأَصْوَاتِ لَصَوْتُ الْحَمِيرِ

আৰু তুমি তোমাৰ চলা-ফুৰাৰ ক্ষেত্ৰত মধ্যপন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা, নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত।

তাফছীৰ

চলাফুৰাত মধ্যম পন্থা অৱলম্বন কৰিবা তথা ভাৰসাম্য বজায় ৰাখিবা। বেছি দ্ৰুত গতিতো খোজ নাকাঢ়িবা আৰু অতি লাহে লাহেও নাকাঢ়িবা। চাল-চলনত যাতে প্ৰতিষ্ঠাৰ উমান পোৱা যায়। তোমাৰ কণ্ঠস্বৰ অৱনত ৰাখিবা। চিঞৰি নামাতিবা, মানুহে যাতে কষ্ট নাপায়। নিশ্চিতভাৱে আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত। কাৰণ গাধৰ কণ্ঠস্বৰ অতি উচ্চ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক