ছূৰা 30 · জুজ 21

Ar-Rum · 30:20

وَمِنْ آيَاتِهِ أَنْ خَلَقَكُمْ مِنْ تُرَابٍ ثُمَّ إِذَا أَنْتُمْ بَشَرٌ تَنْتَشِرُونَ

আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিচৰিত হৈ পৰিছা।

তাফছীৰ

হে মানৱ! আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ এটা অন্যতম প্ৰতীক হৈছে এই যে, তেওঁ তোমালোকক মাটিৰে সৃষ্টি কৰিছে, অৰ্থাৎ তোমালোকৰ আদি পিতা আদমক তেওঁ মাটিৰে সৃষ্টি কৰিছিল। তাৰ পিছতহে তোমালোকে বংশানুক্ৰমৰ মাধ্যমত বংশবৃদ্ধি কৰিছা আৰু পৃথিৱীত বিস্তৃত হৈছা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক