ছূৰা 3 · জুজ 4

Ali 'Imran · 3:98

قُلْ يَا أَهْلَ الْكِتَابِ لِمَ تَكْفُرُونَ بِآيَاتِ اللَّهِ وَاللَّهُ شَهِيدٌ عَلَىٰ مَا تَعْمَلُونَ

কোৱা, ‘হে আহলে কিতাব! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহৰ লগত কিয় কুফৰী কৰা? আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহেই সাক্ষী’।

তাফছীৰ

কোৱা, ’হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সত্য নবী হোৱাৰ প্ৰমাণসমূহক অস্বীকাৰ কিয় কৰা, অথচ ইয়াৰে কিছুমান প্ৰমাণ তাওৰাত আৰু ইঞ্জীলতো আছে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব’।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক