ছূৰা 3 · জুজ 3
Ali 'Imran · 3:74
يَخْتَصُّ بِرَحْمَتِهِ مَنْ يَشَاءُ ۗ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ
তেওঁ নিজ অনুগ্ৰহৰ বাবে যাক ইচ্ছা একান্তভাৱে বাচি লয়; আৰু আল্লাহ মহান অনুগ্ৰহশীল।
তাফছীৰ
তেওঁ নিজ সৃষ্টিৰ মাজত যাক ইচ্ছা কৰে ৰহমতৰ বাবে নিৰ্দিষ্ট কৰি লয়। লগতে তাক হিদায়ত, নবুওৱত আৰু বহুতো প্ৰকাৰৰ উপহাৰৰ দ্বাৰা সন্মানিত কৰে। নিশ্চয় আল্লাহ মহা দানশীল আৰু তেওঁৰ দানশীলতাৰ কোনো সীমা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক