ছূৰা 3 · জুজ 3

Ali 'Imran · 3:56

فَأَمَّا الَّذِينَ كَفَرُوا فَأُعَذِّبُهُمْ عَذَابًا شَدِيدًا فِي الدُّنْيَا وَالْآخِرَةِ وَمَا لَهُمْ مِنْ نَاصِرِينَ

ফলত যিসকলে কুফৰী কৰিছে মই সিহঁতক পৃথিৱী আৰু পৰকালত কঠোৰ শাস্তি প্ৰদান কৰিম আৰু সিহঁতৰ কোনো সহায়কাৰী নাই।

তাফছীৰ

আৰু যিসকলে তোমাক আৰু তুমি লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছে, মই সিহঁতক পৃথিৱীত হত্যা, গ্ৰেপ্তাৰ তথা অপমান আদিৰ দ্বাৰা কঠিন শাস্তি প্ৰদান কৰিম আৰু আখিৰাতত জাহান্নামৰ জুইৰ দ্বাৰা শাস্তি প্ৰদান কৰিম। আৰু এই শাস্তিৰ পৰা মুক্তি দিব পৰা সিহঁতৰ কোনো সহায়ক নাথাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক