ছূৰা 3 · জুজ 3

Ali 'Imran · 3:22

أُولَٰئِكَ الَّذِينَ حَبِطَتْ أَعْمَالُهُمْ فِي الدُّنْيَا وَالْآخِرَةِ وَمَا لَهُمْ مِنْ نَاصِرِينَ

ইহঁতেই হৈছে সেইসকল লোক, যিহঁতৰ আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সাহায্যকাৰী নাই।

তাফছীৰ

এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকৰেই আমলসমূহ বিনষ্ট হৈছে। এতেকে সিহঁতে ইয়াৰ দ্বাৰা পৃথিৱীতো উপকৃত হব নোৱাৰে আৰু আখিৰাততো নহয়। কিয়নো আল্লাহৰ প্ৰতি সিহঁতৰ ঈমান নাই। সেয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাথাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক