ছূৰা 3 · জুজ 4
Ali 'Imran · 3:197
مَتَاعٌ قَلِيلٌ ثُمَّ مَأْوَاهُمْ جَهَنَّمُ ۚ وَبِئْسَ الْمِهَادُ
এইবোৰ সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
তাফছীৰ
এই পৃথিৱী কেৱল খন্তেকীয়া উপভোগৰ সামগ্ৰী, ইয়াৰ কোনো স্থায়ীত্ব নাই। ইয়াৰ পিছত ক্বিয়ামতৰ দিনা সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠিকনা হৈছে জাহান্নাম। নিশ্চয় জুই সিহঁতৰ বাবে অতি নিকৃষ্ট বিছনা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক