ছূৰা 3 · জুজ 4
Ali 'Imran · 3:182
ذَٰلِكَ بِمَا قَدَّمَتْ أَيْدِيكُمْ وَأَنَّ اللَّهَ لَيْسَ بِظَلَّامٍ لِلْعَبِيدِ
এয়া হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল আৰু এইটো এই বাবে যে, নিশ্চয় আল্লাহ বান্দাহসকলৰ প্ৰতি অন্যায়কাৰী নহয়।
তাফছীৰ
হে ইয়াহুদীসকল! এই শাস্তি তোমালোকৰ নিজৰ গুনাহ আৰু কুকৰ্মৰ কাৰণেহে। জানি থোৱা! আল্লাহে নিজ বান্দাসকলৰ মাজৰ কাৰো ওপৰত অত্যাচাৰ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক