ছূৰা 3 · জুজ 4

Ali 'Imran · 3:171

۞ يَسْتَبْشِرُونَ بِنِعْمَةٍ مِنَ اللَّهِ وَفَضْلٍ وَأَنَّ اللَّهَ لَا يُضِيعُ أَجْرَ الْمُؤْمِنِينَ

  তেওঁলোকে আনন্দ প্ৰকাশ কৰে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহৰ বাবে আৰু এই বাবে যে, নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে।

তাফছীৰ

ইয়াৰ লগতে আল্লাহৰ তৰফৰ পৰা পোৱা ডাঙৰ প্ৰতিদান তথা ইয়াৰ বাহিৰে আৰু বহুত ডাঙৰ ডাঙৰ প্ৰতিদান পাই তেওঁলোক সন্তুষ্ট। তেওঁলোকৰ আনন্দৰ এটা কাৰণ এইটোও যে, আল্লাহে ঈমান্দাৰসকলৰ প্ৰতিফল বিনষ্ট নকৰে। বৰং তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান আনকি তাতকৈও অধিক প্ৰতিদান প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক