ছূৰা 3 · জুজ 4

Ali 'Imran · 3:127

لِيَقْطَعَ طَرَفًا مِنَ الَّذِينَ كَفَرُوا أَوْ يَكْبِتَهُمْ فَيَنْقَلِبُوا خَائِبِينَ

যাতে তেওঁ কাফিৰসকলৰ এটা অংশক ধ্বংস কৰে বা সিহঁতক লাঞ্ছিত কৰে; ফলত সিহঁত নিৰাশ হৈ উভতি যাব।

তাফছীৰ

বদৰৰ যুদ্ধত তোমালোকে যি সহায় পাইছিলা, ইয়াৰ দ্বাৰা আল্লাহৰ উদ্দেশ্য আছিল কাফিৰসকলৰ এটা দলক হত্যা কৰি নিঃশেষ কৰা। আৰু আনটো দলক অপমানিত কৰা তথা সিহঁতৰ পৰাজয়ত সিহঁতক ক্ৰোধান্বিত কৰা, তাৰ পিছত যাতে সিহঁতে অপমানিত হৈ আৰু অসফল হৈ উভতি যায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক