ছূৰা 3 · জুজ 4
Ali 'Imran · 3:105
وَلَا تَكُونُوا كَالَّذِينَ تَفَرَّقُوا وَاخْتَلَفُوا مِنْ بَعْدِ مَا جَاءَهُمُ الْبَيِّنَاتُ ۚ وَأُولَٰئِكَ لَهُمْ عَذَابٌ عَظِيمٌ
তোমালোকে সিহঁতৰ দৰে নহবা, যিসকলে স্পষ্ট নিদৰ্শনসমূহ অহাৰ পিছতো বিচ্ছিন্ন হৈছে আৰু নিজৰ মাজতেই মতানৈক্য সৃষ্টি কৰিছে; আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।
তাফছীৰ
হে মুমিনসকল! তোমালোকে সেই কিতাপধাৰীসকলৰ দৰে হৈ নাযাবা, যিসকলে বিভিন্ন দলত বিভক্ত হৈছিল। সিহঁতে আল্লাহৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণাদি অহাৰ পিছতো মতভেদ সৃষ্টি কৰিছে। এইসকল লোকৰ বাবেই আল্লাহৰ তৰফৰ পৰা আছে কষ্টদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক