ছূৰা 28 · জুজ 20

Al-Qasas · 28:69

وَرَبُّكَ يَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ

আৰু তোমাৰ প্ৰতিপালকে জানে ইহঁতৰ অন্তৰে যি গোপন কৰে আৰু ইহঁতে যি ব্যক্ত কৰে।

তাফছীৰ

সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেই সকলোবোৰ আপোনাৰ প্ৰতিপালকে জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ সিহঁতক এইবোৰৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক