ছূৰা 28 · জুজ 20

Al-Qasas · 28:36

فَلَمَّا جَاءَهُمْ مُوسَىٰ بِآيَاتِنَا بَيِّنَاتٍ قَالُوا مَا هَٰذَا إِلَّا سِحْرٌ مُفْتَرًى وَمَا سَمِعْنَا بِهَٰذَا فِي آبَائِنَا الْأَوَّلِينَ

এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলো’।

তাফছীৰ

যেতিয়া মুছা আলাইহিচ্ছালামে আমাৰ প্ৰকাশ্য আয়াতসমূহ লৈ সিহঁতৰ ওচৰত উপস্থিত হ'ল, তেতিয়া সিহঁতে ক'লেঃ এইবোৰ মিছা তথা এইবোৰ মুছা নিজেই ৰচনা কৰিছে। আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলৰ ওচৰত এনেকুৱা বিষয় সম্পৰ্কে শুনা নাছিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক