ছূৰা 24 · জুজ 18
An-Nur · 24:49
وَإِنْ يَكُنْ لَهُمُ الْحَقُّ يَأْتُوا إِلَيْهِ مُذْعِنِينَ
আৰু যদি সত্য সিহঁতৰ সপক্ষে হয়, তেন্তে সিহঁত বিনীতভাৱে ৰাছুলৰ ওচৰত দৌৰি আহে।
তাফছীৰ
কিন্তু যদি সিহঁতে গম পায় যে, মীমাংসা সিহঁতৰ পক্ষত থাকিব আৰু ৰাছুলে সিহঁতৰ সপক্ষত ফয়চালা দিব, তেতিয়া সিহঁতে বিনীত হৈ শিৰ নত কৰি আগুৱাই আহে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক