ছূৰা 24 · জুজ 18
An-Nur · 24:44
يُقَلِّبُ اللَّهُ اللَّيْلَ وَالنَّهَارَ ۚ إِنَّ فِي ذَٰلِكَ لَعِبْرَةً لِأُولِي الْأَبْصَارِ
আল্লাহেই ৰাতি আৰু দিনৰ আৱৰ্তন ঘটায়, নিশ্চয় ইয়াত অন্তৰ্দৃষ্টি সম্পন্ন ব্যক্তিসকলৰ বাবে শিক্ষা আছে।
তাফছীৰ
আল্লাহেই দিন ৰাতিৰ আৱৰ্তন ঘটায় আৰু ইয়াক সৰু-ডাঙৰ কৰে। নিশ্চয় আল্লাহৰ প্ৰভূত্ব প্ৰমাণ কৰা এই নিদৰ্শনবোৰৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষা তথা পাঠ, যিসকলে আল্লাহৰ ক্ষমতা আৰু তেওঁৰ একত্ব সম্পৰ্কে জ্ঞান ৰাখে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক