ছূৰা 24 · জুজ 18

An-Nur · 24:17

يَعِظُكُمُ اللَّهُ أَنْ تَعُودُوا لِمِثْلِهِ أَبَدًا إِنْ كُنْتُمْ مُؤْمِنِينَ

আল্লাহে তোমালোকক উপদেশ দিয়ে যে, ‘যদি তোমালোকে মুমিন হোৱা তেন্তে আৰু কেতিয়াও অনুৰূপ আচৰণৰ পুনৰাবৃত্তি নকৰিবা’।

তাফছীৰ

আল্লাহে তোমালোকক উপদেশ দিয়ে আৰু নিৰ্দেশ দিয়ে যে, এনেকুৱা অপবাদ প্ৰচাৰ ভৱিষ্যতে কেতিয়াও নকৰিবা, আৰু কোনো পৱিত্ৰ ব্যক্তিৰ প্ৰতি কেতিয়াও ব্যাভিচাৰৰ অপবাদ আৰোপ নকৰিবা, যদিহে তোমালোকে আল্লাহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক