ছূৰা 24 · জুজ 18
An-Nur · 24:1
سُورَةٌ أَنْزَلْنَاهَا وَفَرَضْنَاهَا وَأَنْزَلْنَا فِيهَا آيَاتٍ بَيِّنَاتٍ لَعَلَّكُمْ تَذَكَّرُونَ
এইটো এটা ছুৰা, এইটো আমি অৱতীৰ্ণ কৰিছো আৰু ইয়াৰ বিধানক আমি অৱশ্য পালনীয় কৰিছো, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছে সুস্পষ্ট আয়াতসমূহ যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
তাফছীৰ
এইটো এটা ছুৰা যিটোক আমি অৱতীৰ্ণ কৰিছোঁ, আৰু ইয়াৰ আদেশৰ প্ৰতি আমল কৰিবলৈ অনিবাৰ্য কৰিছোঁ। লগতে ইয়াত স্পষ্ট আয়াত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সেইমতে আমল কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক