ছূৰা 2 · জুজ 1

Al-Baqarah · 2:99

وَلَقَدْ أَنْزَلْنَا إِلَيْكَ آيَاتٍ بَيِّنَاتٍ ۖ وَمَا يَكْفُرُ بِهَا إِلَّا الْفَاسِقُونَ

আৰু নিশ্চয় আমি তোমাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো, ফাছিকসকলৰ বাহিৰে আন কোনোৱেই ইয়াক অস্বীকাৰ নকৰে।

তাফছীৰ

হে নবী! আমি আপোনাৰ নবুওৱত আৰু অহীৰ সত্যতাৰ বাবে স্পষ্ট নিদৰ্শন অৱতীৰ্ণ কৰিছো। এইবোৰ স্পষ্ট নিদৰ্শনৰ বিৰোধিতা কেৱল সেই ব্যক্তিয়েই কৰিব পাৰে যিজন আল্লাহৰ দ্বীনৰ পৰা বহিষ্কৃত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক