ছূৰা 2 · জুজ 1
Al-Baqarah · 2:8
وَمِنَ النَّاسِ مَنْ يَقُولُ آمَنَّا بِاللَّهِ وَبِالْيَوْمِ الْآخِرِ وَمَا هُمْ بِمُؤْمِنِينَ
আৰু মানুহৰ মাজত এনে কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয়।
তাফছীৰ
মানুহৰ ভিতৰত এনেকুৱা এটা দল আছে যিসকলে নিজকে মুমিন বুলি দাবী কৰে। প্ৰকৃততে প্ৰাণ আৰু সম্পদৰ ভয়ত কেৱল এইটো মৌখিক দাবী মাত্ৰ। দৰাচলতে আভ্যন্তৰীণভাৱে সিহঁত কাফিৰ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক