ছূৰা 2 · জুজ 1
Al-Baqarah · 2:52
ثُمَّ عَفَوْنَا عَنْكُمْ مِنْ بَعْدِ ذَٰلِكَ لَعَلَّكُمْ تَشْكُرُونَ
ইয়াৰ পিছতো আমি তোমালোকক ক্ষমা কৰিছিলো যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
তাফছীৰ
তাৰ পিছত তোমালোকে তাওবা কৰিলা ফলত আমি ক্ষমা কৰি দিলো আৰু একো সোধ-পোছ কৰা নাই, যাতে তোমালোকে মনোযোগ সহকাৰে আল্লাহৰ ইবাদত আৰু আনুগত্য কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক