ছূৰা 2 · জুজ 1
Al-Baqarah · 2:39
وَالَّذِينَ كَفَرُوا وَكَذَّبُوا بِآيَاتِنَا أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ
আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই জুইৰ অধিবাসী। তাত সিহঁতে চিৰকাল থাকিব।
তাফছীৰ
আনহাতে যিয়ে কুফৰী কৰিব আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিব, সিহঁত হৈছে জাহান্নামী। তাৰ পৰা সিহঁতে কেতিয়াও ওলাব নোৱাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক