ছূৰা 2 · জুজ 1

Al-Baqarah · 2:21

يَا أَيُّهَا النَّاسُ اعْبُدُوا رَبَّكُمُ الَّذِي خَلَقَكُمْ وَالَّذِينَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُونَ

হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোক তাক্বৱাৰ অধিকাৰী হোৱা।

তাফছীৰ

হে মানৱ সম্প্ৰদায়! তোমালোকে কেৱল নিজ প্ৰতিপালকৰ ইবাদত কৰা তেওঁৰ বাহিৰে আন কাৰো উপাসনা নকৰিবা। কিয়নো তেৱেঁই তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তী উম্মতসমূহক সৃষ্টি কৰিছে। যাতে তোমালোকে তেওঁৰ আদেশৰ ওপৰত আমল কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক