ছূৰা 2 · জুজ 1
Al-Baqarah · 2:2
ذَٰلِكَ الْكِتَابُ لَا رَيْبَ ۛ فِيهِ ۛ هُدًى لِلْمُتَّقِينَ
এইখন সেই কিতাব; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত।
তাফছীৰ
এই মহান কোৰআনত কোনো সন্দেহ নাই। অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো নাই, শব্দ আৰু অৰ্থৰ ক্ষেত্ৰতো নাই। এতেকে এইটো আল্লাহৰ বাণী, যিয়ে মুত্ত্বাক্বীসকলক আল্লাহৰ পিনে যোৱাৰ বাট দেখুৱায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক