ছূৰা 2 · জুজ 2

The fasting verse · Al-Baqarah 2:183

يَا أَيُّهَا الَّذِينَ آمَنُوا كُتِبَ عَلَيْكُمُ الصِّيَامُ كَمَا كُتِبَ عَلَى الَّذِينَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُونَ

হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা।

তাফছীৰ

হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰোজা ফৰজ কৰা হৈছে, যিদৰে তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা লোক সকলৰ ওপৰত ফৰজ কৰা হৈছিল। যাতে তোমালোকে আল্লাহক ভয় কৰা। লগতে নেক আমলক আল্লাহৰ শাস্তি আৰু নিজৰ মাজত আঁৰ কৰি লোৱা। আৰু আটাইতকৈ ডাঙৰ নেক আমলসমূহৰ অন্যতম হৈছে ৰোজা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক