ছূৰা 2 · জুজ 1

Al-Baqarah · 2:18

صُمٌّ بُكْمٌ عُمْيٌ فَهُمْ لَا يَرْجِعُونَ

সিহঁত কলা, বোবা, অন্ধ। সেয়ে সিহঁত আৰু উভতি নাহিব।

তাফছীৰ

এনেকুৱা মানুহ হৈছে বধিৰ। ইহঁতে সত্য গ্ৰহণ কৰাৰ মানসেৰে নুশুনে। ইহঁত হৈছে বোবা, সত্য কব নোৱাৰে। লগতে ইহঁত হৈছে অন্ধ, সত্য দেখিব নোৱাৰে। সেয়ে ইহঁতে পথভ্ৰষ্টতাৰ পৰা ওলায় আহিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক