ছূৰা 2 · জুজ 2

Al-Baqarah · 2:162

خَالِدِينَ فِيهَا ۖ لَا يُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ يُنْظَرُونَ

তাত সিহঁত স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব।

তাফছীৰ

সিহঁত সদায় এই অভিশাপত থাকিব। এদিনৰ কাৰণেও সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহব আনকি কিয়ামতৰ দিনাও সিহঁতক অৱসৰ দিয়া নহব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক