ছূৰা 17 · জুজ 15

Al-Isra · 17:94

وَمَا مَنَعَ النَّاسَ أَنْ يُؤْمِنُوا إِذْ جَاءَهُمُ الْهُدَىٰ إِلَّا أَنْ قَالُوا أَبَعَثَ اللَّهُ بَشَرًا رَسُولًا

আৰু যেতিয়া মানুহৰ ওচৰত হিদায়ত আহে, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিয়ে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’?

তাফছীৰ

আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি লগতে ৰাছুলে যি লৈ আহিছে তাৰ প্ৰতি আমল কৰিবলৈ কাফিৰসকলক কেৱল এই নেতিবাচক চিন্তাধাৰাই বাধা প্ৰদান কৰিছে যে, মানৱ কেতিয়াও ৰাছুল হ'ব নোৱাৰে। সেয়ে সিহঁতে অস্বীকাৰ কৰি কৈছেঃ আল্লাহে আমাৰ ওচৰলৈ মানুহ এজন ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক