ছূৰা 17 · জুজ 15
Rabbi adkhilni · Al-Isra 17:80
وَقُلْ رَبِّ أَدْخِلْنِي مُدْخَلَ صِدْقٍ وَأَخْرِجْنِي مُخْرَجَ صِدْقٍ وَاجْعَلْ لِي مِنْ لَدُنْكَ سُلْطَانًا نَصِيرًا
আৰু কোৱা, ‘হে মোৰ ৰব! মোক প্ৰৱেশ কৰোৱা সত্যতাৰ সৈতে আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি’।
তাফছীৰ
হে ৰাছুল! আপুনি এই বুলি দুআ কৰক, হে মোৰ প্ৰতিপালক! মোৰ প্ৰৱেশ আৰু মোৰ প্ৰস্থান সকলোবোৰ যাতে তোমাৰ আনুগত্য আৰু তোমাৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে হয়। আৰু তোমাৰ ফালৰ পৰা মোক এনেকুৱা স্পষ্ট প্ৰমাণ প্ৰদান কৰা, যিটোৱে মোক মোৰ শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক