ছূৰা 17 · জুজ 15

Al-Isra · 17:65

إِنَّ عِبَادِي لَيْسَ لَكَ عَلَيْهِمْ سُلْطَانٌ ۚ وَكَفَىٰ بِرَبِّكَ وَكِيلًا

‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই’। কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট।

তাফছীৰ

হে ইবলীছ! নিশ্চয় মোৰ আনুগত্য কৰা মোৰ মুমিন বান্দাসকলৰ বিৰুদ্ধে তোৰ কোনো চক্ৰান্ত ফলপ্ৰসূ নহ'ব। নিশ্চয় তোৰ অনিষ্টৰ পৰা আল্লাহে সিহঁতক সুৰক্ষা প্ৰদান কৰিব। যিয়ে সকলো ক্ষেত্ৰতে আল্লাহৰ ওপৰত ভৰসা কৰে, তেওঁৰ বাবে আল্লাহেই যথেষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক