ছূৰা 17 · জুজ 15
Al-Isra · 17:43
سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يَقُولُونَ عُلُوًّا كَبِيرًا
তেওঁ পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।
তাফছীৰ
আল্লাহ সেই সকলো বিষয়ৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ প্ৰতি মিছা আৰোপ কৰে। সিহঁতে ধাৰণা কৰা বিষয়তকৈ তেওঁ সৰ্বোচ্চ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক