ছূৰা 17 · জুজ 15

Al-Isra · 17:35

وَأَوْفُوا الْكَيْلَ إِذَا كِلْتُمْ وَزِنُوا بِالْقِسْطَاسِ الْمُسْتَقِيمِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا

আৰু মাপি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত মাপি দিবা আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে উত্তম আৰু পৰিণামত উৎকৃষ্ট।

তাফছীৰ

আনক ওজন কৰি দিওঁতে পৰিপূৰ্ণৰূপে ওজন কৰি দিবা, অলপো কমাই নিদিবা। এনেকুৱা তুলাচনীৰে ওজন কৰিবা যিটোত হ্ৰাস হোৱাৰ সম্ভাৱনা নাথাকে। এনেকৈ পৰিপূৰ্ণ ওজন কৰাটো তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতত কল্যাণকৰ, ইপিনে পৰিণামৰ দৃষ্টিতো ওজনত কম দিয়াতকৈ উত্তম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক