ছূৰা 17 · জুজ 15
Al-Isra · 17:20
كُلًّا نُمِدُّ هَٰؤُلَاءِ وَهَٰؤُلَاءِ مِنْ عَطَاءِ رَبِّكَ ۚ وَمَا كَانَ عَطَاءُ رَبِّكَ مَحْظُورًا
তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ প্ৰত্যেককে সহায় কৰোঁ আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত (কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে)।
তাফছীৰ
হে ৰাছুল, পাপিষ্ঠ আৰু পূণ্যৱান উভয় দলকে আমি আপোনাৰ প্ৰতিপালকৰ ভঁৰালৰ পৰা নিৰবিচ্ছিন্নভাৱে দান কৰি থাকোঁ। পাৰ্থিৱ জীৱনত আপোনাৰ প্ৰতিপালকৰ ভঁৰালৰ পৰা কোনেও বঞ্চিত নহয়, পূণ্যৱানেই হওঁক অথবা পাপিষ্ঠ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক