ছূৰা 17 · জুজ 15
Al-Isra · 17:14
اقْرَأْ كِتَابَكَ كَفَىٰ بِنَفْسِكَ الْيَوْمَ عَلَيْكَ حَسِيبًا
তুমি তোমাৰ কিতাপ পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।
তাফছীৰ
সেইদিনা আমি তাক ক'মঃ আজি তুমি নিজেই নিজৰ কিতাপ পঢ়া। তুমি তোমাৰ নিজৰ আমলৰ হিচাপ কৰি চোৱা। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তুমি নিজেই নিজৰ বাবে যথেষ্ট।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক