ছূৰা 17 · জুজ 15

Al-Isra · 17:10

وَأَنَّ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ أَعْتَدْنَا لَهُمْ عَذَابًا أَلِيمًا

আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে আমি সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছো যন্ত্ৰণাদায়ক শাস্তি।

তাফছীৰ

যিসকলে কিয়ামতৰ প্ৰতি বিশ্বাস পোষণ নকৰে, সিহঁতৰ বাবে এই দুঃসংবাদ যে, কিয়ামতৰ দিনা আমি সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছো কষ্টদায়ক শাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক