ছূৰা 16 · জুজ 14

An-Nahl · 16:87

وَأَلْقَوْا إِلَى اللَّهِ يَوْمَئِذٍ السَّلَمَ ۖ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ

সেইদিনা সিহঁত আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা উধাও হৈ যাব।

তাফছীৰ

সেইদিনা মুশ্বৰিকসকলে আত্মসমৰ্পন কৰিব, এক আল্লাহৰ অনুসাৰী হৈ যাব। সিহঁতৰ মনে সজা এই দাবীবোৰ সেইদিনা নাইকীয়া হৈ যাব যে, এই মূৰ্তিবোৰে সিহঁতক আল্লাহৰ ওচৰত ছুপাৰিছ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক