ছূৰা 16 · জুজ 14
An-Nahl · 16:68
وَأَوْحَىٰ رَبُّكَ إِلَى النَّحْلِ أَنِ اتَّخِذِي مِنَ الْجِبَالِ بُيُوتًا وَمِنَ الشَّجَرِ وَمِمَّا يَعْرِشُونَ
আৰু তোমাৰ প্ৰতিপালকে মৌ-মাখিক তাৰ অন্তৰত ইংগিত কৰি নিৰ্দেশ দিছে যে, ‘তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজা;
তাফছীৰ
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে মৌ-মাখিক শিকাইছে আৰু পথপ্ৰদৰ্শন কৰাই কৈছে যে, তোমালোকে পৰ্বতত ঘৰ বনোৱা, গছ-বৃক্ষত ঘৰ বনোৱা, লগতে মানুহৰ ঘৰ আৰু চাদতো বনোৱা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক