ছূৰা 16 · জুজ 14
An-Nahl · 16:6
وَلَكُمْ فِيهَا جَمَالٌ حِينَ تُرِيحُونَ وَحِينَ تَسْرَحُونَ
আৰু তোমালোকৰ বাবে আছে তাত সৌন্দৰ্য, যেতিয়া তোমালোকে চৰাবলৈ পুৱাৰ ভাগত সেইবোৰক খেদি নিয়া আৰু যেতিয়া সন্ধিয়া (পথাৰৰ পৰা) ঘৰলৈ লৈ আহা।
তাফছীৰ
চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে সৌন্দৰ্যও নিহিত হৈ আছে, যেতিয়া তোমালোকে পুৱাৰ ভাগত সেইবোৰক চৰিবলৈ লৈ যোৱা আৰু সন্ধিয়া পৰত যেতিয়া ওভোতাই লৈ অহা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক