ছূৰা 16 · জুজ 14

An-Nahl · 16:54

ثُمَّ إِذَا كَشَفَ الضُّرَّ عَنْكُمْ إِذَا فَرِيقٌ مِنْكُمْ بِرَبِّهِمْ يُشْرِكُونَ

তাৰ পিছত যেতিয়া আল্লাহে তোমালোকৰ দুখ-দৈন্য দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে সিহঁতৰ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে--

তাফছীৰ

তাৰ পিছত যেতিয়া তেওঁ তোমালোকৰ প্ৰাৰ্থনা স্বীকাৰ কৰে আৰু তোমালোকৰ বিপদ দূৰ কৰি দিয়ে, তেতিয়া তোমালোকৰ মাজৰ কিছুমানে নিজ প্ৰতিপালকৰ লগত অংশীদাৰ স্থাপন কৰে, তেওঁৰ সৈতে আনৰো উপাসনা কৰা আৰম্ভ কৰে। এইটো কেনেকুৱা কথা?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক